2 Min Assamese Story | Assamese Story For Girl | এটি গল্প

2 Min Assamese Story | Assamese Story For Girl | এটি গল্প

অ' বৰদেউতা ৰেখা নাই ? সুৰভিয়ে আহি ৰেখা ৰ দেউতাকক দূৰৈৰ পৰাই চিঞৰি সুধিলে ! অ ' আছে আছে ৰূমটোৰ ভিতৰতে সোমাই কিবা কৰি আছে তাই ! সুধিলোঁ কি হৈছে একো নকলে মুখ খন ফুলাই গোটাই ৰঙালাউ টোৰ দৰে হৈ আছে ! সোধচোন গৈ কি হৈছে তোমাক কব চাগে ! মাকৰ গালি খালে অলপ কাপোৰৰ হৈ ! সেয়ে লেঠা লাগিল চাগে ! মূৰে গাই কাপোৰ লৈ ৰেখা শুই আছে ! কাপোৰ খন আঁতৰাই দি সুৰভিয়ে তাইক ক'লে ! এই কেইটা বাজিল গ'ম পাইছ নাই ? চ'ক খাই উঠিল তাই ! হাহা মইহে সুৰভিয়ে কি ভাবি আছ ? 

Continue Reading

Related Short Story Articles See all Articles

line.svg