Assam Tech Info | Best 11 WhatsApp Hidden Features Tricks And Tips In Assamese
Back to Articles

Assam Tech Info | Best 11 WhatsApp Hidden Features Tricks And Tips In Assamese

30 views • Sep 22nd, 2020

Assam Tech Info | Best 11 WhatsApp Hidden Features Tricks And Tips In Assamese

বিশ্বত প্ৰায় 1.5 billion subscribers ৰ সৈতে whatsapp জনপ্ৰিয় android app বোৰৰ ভিতৰত এটা। এই জনপ্ৰিয়তাৰ আৰৰ কাৰণটো এয়াই যে মানুহে নিজৰ বন্ধু মহলৰ সৈতে বাকী  mobile app ৰ তুলনাত whatsapp ত বেছিকৈ সুৰক্ষিত আৰু শান্তি অনুভৱ কৰে। 

Facebook এ কিনি লোৱা messaging app Whatsapp এ সদায় নতুন  features আৰু  updates লৈ আহি থাকে। যাতে ব্যৱহাৰকাৰীয়ে সম্পূৰ্ণ সন্তষ্ট আৰু সুখৰ অভিজ্ঞতা লাভ কৰিবলৈ পাৰে। কিন্তু তাৰ মাজতে কিছুমান  Whatsapp hidden features আছে যিবোৰ আমি বহুতে গম নাপাও। আজিৰ পোষ্টত 11 টা WhatsApp hidden features আমি আপোনাক কম যাতে আপুনিও এক নিৰাপদ তথা আৰামদায়ক মেছেজৰ সুধিবা লব পাৰে। Assam tech info বা প্ৰযুক্তিৰ কথাবোৰ আপুনি ভাল পালে বাকীসকলৰ সৈতেও শ্বেয়াৰ কৰক। 

1. Pin important conversations: 

কিছুমান chat বাকীবোৰত কৈ সদায়েই ইম্পৰ্টেন্ট নহয়নে। সেয়া হওক প্ৰিয়জনৰ নতুবা অফিচৰ কামৰ। আৰু এই whatsapp chat আপোনাৰ একেবাৰে ওপৰত ৰাখিবলৈ আপুনি তাক pin কৰিব পাৰে. এইখিনি কৰিবলৈ আপুনি চ্যাটটোত টিপি ধৰি থাকক আৰু একেবাৰে ওপৰত নতুনকৈ দেখা দিয়া পিন বুটামটোত ক্লিক কৰক। আইফোন ব্যৱহাৰ কাৰীসকলে chat টো বাওঁফালে বা সোঁফালে ঠেলি দি সেয়া কৰিব পাৰে। 

2. The typewriter font:

টাইপৰাইটাৰ দৰে আখৰ কেনেকৈ লিখিব। হোৱাটচএপত বহুতে আজিকালি নতুন ষ্টাইলত আখৰ লিখে। আপুনিও WhatsApp Typewriter Font ব্যৱহাৰ কৰিবলৈ (`)  symbol টো তিনিবাৰ শব্দটোৰ দুয়োমুৰত ব্যবহাৰ কৰক। উদাহৰণস্বৰূপে , “`Assamese“`. এই চিন্হটো আপোনাৰ মোবাইলৰ Assamese keyboard খনতো উপলব্ধ আছে। 

3. Bookmark your messages:

প্ৰায়ে আমি বিচাৰো কিছুমান WhatsApp Conversation  মনত ৰাখিব বিচাৰো। আপুনি সেয়া এটা star কৰি ৰাখি থব পাৰে। মাত্ৰ মেছেজটোত টিপি ধৰি ৰাখক আৰু ষ্টাৰ দেখিলে তাত ক্লিক কৰক। পিছত সেই মেচেজ WhatsApp menu ৰ  Starred messages section ত গৈ চাব পাৰে। Android আৰু iOS দুয়োৰে বাবে একেই পদ্ধতি 

4. Add desktop shortcut: 

প্ৰিয় মেছেজবোৰৰ বাবে গোটেই WhatsApp App টো খোলাৰ সলনি আপুনি বিশেষ মানুহজনৰ মেছেজ  home screen থৈ দিব পাৰে .তাৰ কাৰনে আপুনি ফোনৰ স্ক্ৰীনত টিপি থাকক আৰু widget অপচনলৈ যাওক। তাত থকা  WhatsApp ৰ পৰা বিশেষ Chat টো বিচাৰি ক্লিক কৰি আৰু টিপি ধৰি ফোনৰ home screen ত আনি লওক। . 

5. WhatsApp Fingerprint Unlock:

আপোনাৰ হোৱাটচএপত Fingerprint Unlock ব্যবস্থাটোও কৰিব পাৰে। তাৰ কাৰণে হোৱাটচএপ Settings লৈ গৈ পিছত account পিছত  privacy আৰু তাত গৈ  Fingerprint Lock চিলেক্ট কৰক . আপোনাৰ পচন্দ অনুসৰি ছেটিংছ কৰি লওক।

6. See who you chat with the most: কাৰ সৈতে কথা বেছিকৈ কয় 

এইটো জানিবলৈ আপুনি যাওক  Settings > Data and storage usage > Storage usage. তাত আপুনি তথ্য পাব। 

Read more at JonakAxom