Assamese popular novel Daini part 22 ডাইনী assamese pdf novel

Assamese popular novel Daini part 22 ডাইনী assamese pdf novel 

Click here to read daini part 21 axomiya novel

কফিনটো খুলি একদম বিশ্বাস কৰিব পৰা নাই । মধ্যযুগত কবৰ দিয়া কাৰোবাৰ লাচ ইমান জীৱন্ত হৈ থাকিব পাৰে। এনে লাগিছে যেন সদ্যমৃত বা শুই  থকা এটা জীৱন্ত দেহ! মুখৰ অৱয়ব, মুখভংগী, উন্নত নসিকা, থিয় কাণ! তেন্তে কি মই ভুল কবৰ খান্দিলো নেকি ? কিন্তু তেতিয়া হলে কত যাম ? কফিনটো  এটা মধ্যযুগীয় লোৰ কফিন। এতিয়াৰ কফিনবোৰ সাধাৰণতে উন্নত প্লাষ্টিক বা কাঠৰ দ্বাৰা তৈয়াৰী । তাৰোপৰি  তলাটো মই নিজৰ হাতেৰে খুলিছো। কোনোৱে যে মোৰ আগেয়ে লাচটো সলনি কৰিব তাৰ  সম্ভাবনাও নাই । সকলোতকৈ ডাঙৰ কথা হল লাচটোৰ  হাতত  এতিয়াও সেই আঙঠিটো জিলিকি আছে ! কিন্তু লাচটো একদমেই অক্ষত । 

Continue Reading

Related Books Articles See all Articles

line.svg