Haunted experience story in assamese language | ghost stories in assamese

পেৰানৰ্মেল কনফেশ্বন বক্স - assamese haunted experience 

(1) 

গুৱাহাটীৰ পৰা গাডী ড্রাইভ কৰি অকলে আহি আছিলো। নগাওঁৰ বাইপাছ পোৱাৰ আগত মোৰ আগে আগে এজন মানুহ চাইকেল লৈ যাবলৈ ধৰিলে। মোৰ তেতিয়া গাড়ীৰ স্পীড ৯০ তাৰ পিছতো মানুহজনে মোতকৈ আগত হে আছিল। কি হৈছে বুজি নাপাই মই মানুহজনক খুন্দিয়াই দিলো তেওঁ গৈ অলপ আগত নোহোৱা হৈ গল। মোৰ লাইটো ভাঙি গৈছিল। অলপ আগত পুলিচ দেখা পাই মই গাড়ী ৰখাই সকলো কথা কলো। আৰু গাড়ীখন চালো। গাডীখনৰ একো হোৱা নাই আৰু লাইটো ভঙা নাই। 
মই জীৱনত পোৱা এইটো এটা ভয়ানক উপলব্ধি। 

-parag গাৰ্গ


(2) 

যোৱা দুইবছৰে বি.চাৰিআলিৰ পৰা তেজপুৰলৈ অকলে অহা যোৱা কৰিছিলো। সোমবাৰৰ পৰা শনিবাৰলৈ চাকৰি থাকে আৰু শনিবাৰে সন্ধিয়া তেজপুৰলৈ আহো। কেতিয়াবা হাজবেণ্ডে আনিবলৈ যায় কিন্তু সিদিনাৰ শনিবাৰটো জীৱনত নাপাহৰো।
Continue Reading

Related Books Articles See all Articles

line.svg