ভূতে ধৰা বা পচেচ কৰা কি Indian Paranormal Society ৰ Gaurav Tiwari ৰ এটা গল্প

ভূতে ধৰা বা পচেচ কৰা কি  Indian Paranormal Society ৰ Gaurav Tiwari ৰ এটা গল্প 

"মই সকলোকে মাৰি পেলাম যিয়ে মোৰ ৰাষ্টাত বাধা দিয়ে ", ছোৱালী জনীয়ে মতা মানুহৰ কণ্ঠ উলিয়াই চিঞৰি আছিল।  হাত ভৰি ৰচীৰে সৈতে তাইক বিচনাত বান্ধি থোৱা হৈছে। চাৰিওফালে থকা মানুহবোৰে চিন্তামগ্ন আৰু ভয়াৰ্ত চকুৰে তাইৰ কথাবোৰ শুনি আছে। মাকজনীয়ে কাষত বহি কপা কপা মাতেৰে 'বজৰং বান'  আওৰাই আছে যাতে ছোৱালীজনী নৰ্মেল অবস্থালৈ আহে।

"মই এই ছোৱালীজনী মোৰ লগত লৈ যাম আৰু সেই মানুহবোৰকো মাৰিম  যিয়ে মোক বাধা দিবলৈ আহিব। ", তাই আকৌ ভয়লগা কন্ঠেৰে চিঞৰি উঠিল।
Continue Reading

Related Education Articles See all Articles

line.svg