ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 3 assamese novel

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 3  assamese novel

Click here to read Voyonkor hei rati part 2

..দেউতা !" অস্ফুট স্বৰত কলে ৰাহুলে, "তুমি...এই...পিনে ...এবাৰ চোৱাৰ দৰকাৰ.." কৈ কৈ তেওঁ গাড়ীৰ তলৰ পিনে ইংগিতেৰে দেখালে। সকলো স্তম্ভিত হৈ চালে, সেই তেজৰ দাগ গাড়ীৰ টায়াৰতো লাগি আছে । সকলোৰে ৰাস্তাৰ কাষত  কিছু দূৰত মাটিৰ ওপৰত  কিবা এটা চুচুৰি যোৱা দাগ স্পষ্ট চকুত পৰিল।


"...দেউতা...তুমি ঠিকেই কৈছা. .আমাৰ গাড়ীৰ সৈতে কাৰোবাৰ না কাৰোবাৰ সংঘৰ্ষ হৈছে ঠিকেই ...তাৰপৰা গাড়ীৰ খুন্দাত সি হয়তো শূন্যতে ছিটিকি এইফালে পৰিছে ...গাড়ীৰ যি স্পীড আছিল, এয়াই হব । মোৰ মতে , আমি এবাৰ সেইফালে গৈ চোৱা   দৰকাৰ...

Continue Reading

Related Books Articles See all Articles

line.svg