500+ অসমীয়া সাধাৰণ জ্ঞান Assamese Quiz 2024

Written by Class Question Answer  »  Updated on: March 29th, 2024

500+  অসমীয়া সাধাৰণ জ্ঞান Assamese Quiz 2024

500+ GK In Assamese সাধাৰণ জ্ঞান



প্ৰশ্ন ১) কোনটো প্ৰাণীক 'মৰুভূমিৰ জাহাজ' বুলি কোৱা হয় ?


উত্তৰ= উট


প্ৰশ্ন ২)পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন?


উত্তৰ=নীল


প্ৰশ্ন ৩) কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়?


উত্তৰ=মঙ্গল গ্ৰহ


প্ৰশ্ন ৪)চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি কোন আছিল?


উত্তৰ=নীল আৰ্মষ্ট্ৰং


প্ৰশ্ন ৫) পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি?


উত্তৰ= নাইট্ৰজেন  


প্ৰশ্ন ৬) অসমৰ ভিতৰত মাটিকালিৰে বৃহৎ জিলাখনৰ নাম কি?


উত্তৰ= কাৰ্বি আংলং


প্ৰশ্ন ৭) প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি ?


উত্তৰ= লৰাবন্ধু 


প্ৰশ্ন ৮) বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি ?


উত্তৰ= দ্ৰৌপদী মূৰ্মু 


প্ৰশ্ন ৯) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি ?


উত্তৰ= ড' ৰাজেন্দ্ৰ প্ৰসাদ


প্ৰশ্ন ১০) বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি ?


উত্তৰ= গুলাব চান্দ কটাৰিয়া


প্ৰশ্ন ১১) বৰ্তমান অসমৰ মুঠ জিলা কেইখন ?


উত্তৰ= ৩৫


প্ৰশ্ন ১২) অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ?


উত্তৰ=৭


প্ৰশ্ন ১৩) ভাৰতত মুঠ কিমানখন ৰাজ্য আছে ?


উত্তৰ=২৮


প্ৰশ্ন ১৪) পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি ?


উত্তৰ=উমানন্দ


প্ৰশ্ন ১৫) সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত গৰম গ্ৰহ কোনটো ?


উত্তৰ= শুক্ৰ


প্ৰশ্ন ১৬) অসমীয়া চুটি গল্পৰ পিতৃ স্বৰূপ কোন ?


উত্তৰ= লক্ষ্মীনাথ বেজবৰুৱা


প্ৰশ্ন ১৭) অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?


উত্তৰ=চৈয়দা আনোৱাৰা টাইমুৰ


প্ৰশ্ন ১৮) আহোমসকলে অসমলৈ কেতিয়া আহিছিল ?


উত্তৰ=১২২৮ চনত ।


প্ৰশ্ন ১৯)প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?


উত্তৰ= ফখৰুদ্দিন আলী আহমেদ ।


প্ৰশ্ন ২০) প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল ? 


উত্তৰ= জ্যোতিপ্ৰসাদ আগৰৱালা ।


প্ৰশ্ন ২১) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?


উত্তৰ= মাধৱদেৱ 


প্ৰশ্ন ২২)অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক'ত স্থাপিত কৰা হৈছিল ?   


উত্তৰ=১৯০১ চনত ডিগবৈত ।


প্ৰশ্ন ২৩) কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে ?


উত্তৰ= শুক্ৰ


প্ৰশ্ন ২৪)মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম ব্যক্তি ?


উত্তৰ=ৰাকেশ শৰ্মা


প্ৰশ্ন ২৫) স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?


উত্তৰঃ ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী l


প্ৰশ্ন ২৬ ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?


উত্তৰ= এশিঙীয়া গঁড়ৰ বাবে








প্ৰশ্ন ২৭)মিছাইল মানৱ নামেৰে কাক জনা যায় ?




উত্তৰ=এ পি জে আব্দুল কালামক








প্ৰশ্ন ২৮) পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় কিমান শতাংশ পানীয়ে আগুৰি আছে ?




উত্তৰ=৭১% 




প্ৰশ্ন ২৯)সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ? 




উত্তৰ=বৃহস্পতি।








প্ৰশ্ন ৩০) তাজমহল কত অৱস্থিত ?




উত্তৰ= ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ।




                                                                                    




প্ৰশ্ন ৩১) অসমৰ ৰাজ্যিক গছ কি ?




উত্তৰ= হোলোং গছ 








প্ৰশ্ন ৩২) অসমৰ মুঠ মাটিকালি কিমান ?




উত্তৰ= ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ 




 




প্ৰশ্ন ৩৩) বিশ্বৰ বৃহত্তম চৰাই কোনবিধ ?




উত্তৰ= উটপক্ষী








প্ৰশ্ন ৩৪) বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ? 




উত্তৰ= ধনুৰ্বিদ্যা বা আৰ্চাৰি












প্ৰশ্ন ৩৫) মহাকাশলৈ যোৱা বিশ্বৰ প্ৰথমজন মানুহ কোন ?




উত্তৰ= য়ুৰি গেগেৰিন 












                                                                                   








প্ৰশ্ন ৩৬) শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল ?




উত্তৰ= ১৯৬২ চনত 








প্ৰশ্ন ৩৭) সৰ্থেবাৰী কিয় বিখ্যাত?




উত্তৰ=কাঁহ- পিতলৰ উদ্যোগৰ বাবে 








প্ৰশ্ন ৩৮) স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?




উত্তৰ=গোপীনাথ বৰদলৈ 








প্ৰশ্ন ৩৯) অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল ?




উত্তৰ=প্ৰায় ৬০০ বছৰ 








প্ৰশ্ন ৪০) মেঘালয়ৰ ৰাজধানী কি ?




উত্তৰ= ছিলং 












                                                                          








প্ৰশ্ন ৪১) ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?




উত্তৰ= অসমীয়া নৱবৰ্ষ।








প্ৰশ্ন ৪২) শুৱালকুছি কিহৰ বাবে বিখ্যাত?




উত্তৰ=পাট আৰ মুগাৰ বাবে বিখ্যাত।








প্ৰশ্ন ৪৩) প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ অভিনেত্ৰী কোন আছিল?




উত্তৰ=আইদেউ সন্দিকৈ।








প্ৰশ্ন ৪৪) পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?




 উত্তৰ=এটা_(চন্দ্ৰ)








প্ৰশ্ন ৪৫) সূর্য্যৰ পোহৰত কি ভিটামিন থাকে?




উত্তৰ= D




                                                                          








প্ৰশ্ন ৪৬) শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল?




উত্তৰ= লাচিত বৰফুকন 








প্ৰশ্ন ৪৭) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি ?




উত্তৰ= পণ্ডিত জৱাহৰলাল নেহৰু 








প্ৰশ্ন ৪৮) বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ?




উত্তৰ= এছিয়া








প্ৰশ্ন ৪৯) বিশ্বৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ কোনখন ?




 উত্তৰ= এন্টার্কটিকা 








প্ৰশ্ন ৫০) আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ?




উত্তৰ= প্ৰশান্ত মহাসাগৰ 




                                                                                 








প্ৰশ্ন ৫১)আটাইতকৈ দ মহাসাগৰ কোনখন ?




উত্তৰ= প্ৰশান্ত মহাসাগৰ 








প্ৰশ্ন ৫২) বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন ?




উত্তৰ= নীল নদী (৬,৬৫০ কি.মি)








প্ৰশ্ন ৫৩) বিশ্বৰ ভিতৰত আটাইতকৈ বহল নদী কোনখন ?




উত্তৰ= আমাজান








প্ৰশ্ন ৫৪) বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?




 উত্তৰ= চাহাৰা








প্ৰশ্ন ৫৫) বিশ্বৰ ভিতৰত আটাইতকৈ ওখ শৃংগ কি?




উত্তৰ= মাউন্ট এভাৰেষ্ট




                                                                         








প্ৰশ্ন ৫৬)বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কি ?




উত্তৰ= মৌচিনৰাম (মেঘালয়)








প্ৰশ্ন ৫৭) আটাইতকৈ ধুনীয়া গ্রহ কোনটো ?




উত্তৰ= শনি








প্ৰশ্ন ৫৮) কেঁচুৱে কিহেৰে উশাহ নিশাহ লয় ?




উত্তৰ= ছালেৰে








প্ৰশ্ন ৫৯) পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বিধৰ নাম কি?




 উত্তৰ= হামিং বার্ড ৷








প্ৰশ্ন ৬০) পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ তৃনজাতীয় উদ্ভিদবিধ কি ?




উত্তৰ= বাঁহ ৷




                                                                                    








প্ৰশ্ন ৬১) এৰো প্লেন কোনে আবিষ্কাৰ কৰিছিল ?




উত্তৰ= ৰাইট ভাতৃদ্বয়ে ৷








প্ৰশ্ন ৬২) ৰামায়ন কোনে ৰচনা কৰিছিল ?




উত্তৰ= বাল্মীকি মুনি 








প্ৰশ্ন ৬৩) মহাভাৰত কোনে ৰচনা কৰিছিল ?




উত্তৰ=মহর্ষি বেদব্যাস 








প্ৰশ্ন ৬৪) কীর্তন ঘোষা কোনে ৰচনা কৰিছিল ?




 উত্তৰ= শ্রী মন্ত শংকৰদেৱ








প্ৰশ্ন ৬৫) ভূটানৰ ৰাষ্ট্ৰীয় খেল কি ?




উত্তৰ= আৰ্চাৰী 




                                                                                   








প্ৰশ্ন ৬৭) নামঘোষা কোনে ৰচনা কৰিছিল ?




উত্তৰ= শ্রী শ্রী মাধৱদেৱ








প্ৰশ্ন ৬৮) বর্তমান অসমৰ শিক্ষামন্ত্রী গৰাকীৰ নাম কি?




উত্তৰ=ৰণোজ পেগু








প্ৰশ্ন ৬৯) অসমত প্রথমখন চাহ বাগিছা কেতিয়া স্থাপন হৈছিল ?




 উত্তৰ= ১৮৩৭ চনত 












প্ৰশ্ন ৭০) অসমৰ ৰাজ্যিক পক্ষী কি?




উত্তৰ= দেও হাঁহ








প্ৰশ্ন ৭১) ঋতু কেইটা আৰু কি কি ?




উত্তৰ= ঋতু ৬ টা (গ্রীষ্ম / বর্ষা/ শৰৎ / হেমন্ত / শীত /বসন্ত )




                                                                                   




প্ৰশ্ন ৭২) ৰামধেনুৰ ৰং কেইটা আৰু কি কি ?




উত্তৰ= ৭ টা ( বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা) বেঘনীসেহাসুৰ 








প্ৰশ্ন ৭৩) পৃথিৱী ধৰি মুঠ কেইটা গ্ৰহই সূৰ্যৰ চাৰিওফলে ঘূৰে ?




উত্তৰ= ৮ টা ( সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ - বুধ,শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন )








প্ৰশ্ন ৭৪) পৃথিৱীয়ে সূৰ্য চাৰিওফালে এপাক ঘুৰোঁতে কিমান সময় লাগে ?




উত্তৰ= ৩৬৫ দিন ৬ ঘন্টা ৷ 








প্ৰশ্ন ৭৫)অসমৰ প্রথম অসমীয়া ভাষাৰ সংবাদপত্ৰ তথা আলোচনীখনৰ নাম কি ?




 উত্তৰ= অৰুণোদই 








প্ৰশ্ন ৭৬) জুই নুমুৱাবলৈ কি গেছ ব্যবহাৰ কৰা হয়?




উত্তৰ=কাৰ্বন ডাই অক্সাইড




                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                    








প্ৰশ্ন ৭৭)উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ গ্ৰহণ কৰে ?




 আৰু 




উত্তৰ= কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত হোৱা গেছসমূহ )








প্ৰশ্ন ৭৮) উদ্ভিদে বৰ্জিত দ্ৰব্য হিছাপে কি গেছ এৰি দিয়ে ?




উত্তৰ=অক্সিজেন(ৰাতিৰ ভাগত)












প্ৰশ্ন ৭৯) স্বাধীন ভাৰতৰ প্রথম উপ-ৰাষ্ট্রপতি কোন ?




উত্তৰ= ড' সর্বপল্লী ৰাধাকৃষ্ণণ 








প্ৰশ্ন ৮০) ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটোৰ নাম কি ?




 উত্তৰ= আর্যভট্ট-১








প্ৰশ্ন ৮১) নীলাগ্রহ বুলি কোনটো গ্রহক কোৱা হয় ?




উত্তৰ= পৃথিৱী 




       








প্ৰশ্ন ৮২) ৰঙাগ্রহ বুলি কোনটো গ্রহক কোৱা হয় ?




উত্তৰ= মংগল গ্রহ








প্ৰশ্ন ৮৩) আটাইতকৈ পুৰণি বেদখনৰ নাম কি?




উত্তৰ=ঋকবেদ








প্ৰশ্ন ৮৪) বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোন খন ?




উত্তৰ=ভাৰত








প্ৰশ্ন ৮৫) শঙ্কৰদেৱ আৰু মাধৱদেৱে লিখা গীত সমূহ কি ভাষাত ৰচিত ?




 উত্তৰ=ব্ৰজাৱলী ভাষাত 








প্ৰশ্ন ৮৬) ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ ( গছ) কি ?




উত্তৰ= বট বৃক্ষ 




                                                                                   








প্ৰশ্ন ৮৭) মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?




উত্তৰ= কুকুৰ( কুকুৰ টোৰ নাম - লাইকা )








প্ৰশ্ন ৮৯) উৰন্ত শিখ (The Flying Sikh) নামেৰেও কোন জনাজাত ?




উত্তৰ= মিলখা সিং 








প্ৰশ্ন ৯০) আধুনিক কম্পিউটাৰ জনক কোন ?




উত্তৰ=চাৰ্লছ পি. বেবেজ








প্ৰশ্ন ৯১) অৰণ্য মানৱ বুলি কাক জনা যায় ?




 উত্তৰ=যাদৱ পায়েং








প্ৰশ্ন ৯২) হিন্দু ধর্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান?




উত্তৰ= ১৮ খন 




                                                                                   








প্ৰশ্ন ৯৩)কোন বিধ প্রাণী বহু বছৰ ধৰি জীয়াই থাকে ?




উত্তৰ= কাছ








প্ৰশ্ন ৯৪) প্রাথমিক ৰং কেইটা আৰু কি কি ?




উত্তৰ=তিনিটা ( ৰঙা, সেউজীয়া আৰু নীলা )








প্ৰশ্ন ৯৫)শক্তিৰ প্রধান উৎস কি? 




উত্তৰ=সূর্য








প্ৰশ্ন ৯৬) দবা খেলৰ উৎপত্তি ক'ত হৈছিল ?




 উত্তৰ=ভাৰতত








প্ৰশ্ন ৯৭) ক্ৰিকেট খেলৰ পৰিচালকক কি বোলে?




উত্তৰ=আম্পায়াৰ 




                                                                                 








প্ৰশ্ন ৯৮)হকীৰ যাদুকৰ বুলি কাক কোৱা হয়?




উত্তৰ= ধ্যানচাঁদ








প্ৰশ্ন ৯৯) অলিম্পিক খেল কেই বছৰৰ মূৰে মূৰে পতা হয় ?




উত্তৰ=৪ (চাৰি ) বছৰৰ মূৰত








প্ৰশ্ন ১০০) ফুটবল খেলৰ পৰিচালকক কি বোলে?




উত্তৰ=ৰেফাৰী ।








প্ৰশ্ন ১০১) আটাইতকৈ পাতল গেছ কোনটো ?




 উত্তৰ=হাইড্রজেন








প্ৰশ্ন ১০২) বৰ্তমান ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা ?




উত্তৰ= ৮ টা 




                                                                                 








প্ৰশ্ন ১০৩) পঞ্চ ইন্দ্রিয় কি কি ?




উত্তৰ= চকু , কাণ , নাক, জিভা আৰু ছাল 








প্ৰশ্ন ১০৪) ছয় ৰসৰ নাম কি কি ?




উত্তৰ= মিঠা, টেঙা , কেঁহা, লুনীয়া ,তিতা আৰু জলা








প্ৰশ্ন ১০৫) প্রথম অসমীয়া নাট্যকাৰ কোন?




উত্তৰ= শংকৰ দেৱ








প্ৰশ্ন ১০৬) আহোমৰ শ্রেষ্ঠ ৰজা কোন আছিল?




 উত্তৰ= ৰুদ্ৰসিংহ

Originally published on: https://www.notesmela.com/2024/03/500-gk-in-assamese.html



0 Comments Add Your Comment


Post a Comment

To leave a comment, please Login or Register


Related Posts